নগাঁও জিলাৰ সন্মানিত ৰাইজে এই মাদ্ৰাছা খন 2001 চনৰ 10 মে তাৰিখে মৌঃৰশিদ আহমদ ক প্ৰধান শিক্ষক হিচাপে ৰাখি আৰম্ভ কৰে। এই মাদ্ৰাছাত আধুনিক পদ্ধতিৰে প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হয়। লগতে মাদ্ৰাছাত আছে সিমিত ছাত্ৰবাসৰ আৰু খাদ্যৰ ব্যৱস্থা। অতি কম খৰচত দুখীয়া পৰিয়ালৰ ছাত্ৰ সকলক কেনেকৈ সু-শিক্ষা দিব পাৰে এয়াই ৰাইজ তথা মাদ্ৰাছাৰ উদ্দেশ্য। ধন্যবাদ।
বৰ্তমান মুঠ ছাত্ৰৰ সংখ্যা
বৰ্তমান মুঠ বৰ্ডিংত আছে
বৰ্তমান মুঠ সহায়ক
| Notice Board |
|---|
|
|
যদি আপুনি আপোনাৰ কোনো ছাত্ৰক ভৰ্তি কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক